বিয়াৰ বজাৰত অধিক হ’ব খৰচ, ৬৬০০০ টকা বাঢ়িল সোণৰ দৰ! চাওক বজাৰ মূল্য
বিবাহ বুলিলেই আহে খৰচৰ এক দীঘলীয়া হিচাপে। ইয়াৰে এক বৃহৎ অংশ খৰচ হয় সোণৰ অলংকাৰৰ নামত। পিছে এই খৰচ এতিয়া অধিক বৃদ্ধি পাব। কিয়নো বজাৰত বাঢ়িছে সোণৰ দৰ। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বজাৰত আজি সোণৰ দৰ হোৰাহোৰে বৃদ্ধি পালে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5