শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৫০০০০তকৈও অধিক বাঢ়িল সোণৰ দাম, বজাৰলৈ যোৱাৰ পূৰ্বেই চাই লওক এতিয়াই

সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে এক বেয়া খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত সোণৰ মূল্যত এক বৃহৎ বৃদ্ধি পৰিলক্ষিত হৈছে। কিমান বাঢ়িল দাম? চাওক এতিয়াই।

monjit-dutta
Monjit Dutta | Updated On: 05 Jan 2026 10:43 AM
বছৰৰ আৰম্ভণিতেই সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে এক বেয়া খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত সোণৰ মূল্যত এক বৃহৎ বৃদ্ধি পৰিলক্ষিত হৈছে।

1 / 5
আজি বজাৰত ২৪ কেৰেট বিশুদ্ধ সোণৰ মূল্য প্ৰতি গ্ৰামত ১৫৮ টকাকৈ বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত বৰ্তমান প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দৰ হৈছে ১৩,৭৪০ টকা।

2 / 5
ইফালে ২২ কেৰেট সোণৰ মূল্য আজি ১৪৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত গ্ৰাহকসকলে আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ১২,৫৯৫ টকাত ক্ৰয় কৰিব  লাগিব।

3 / 5
একেদৰে বৃদ্ধি পাইছে ১৮ কেৰেট সোণৰ মূল্যও। আজি বজাৰত প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ মূল্য ১১৮ টকাকৈ বৃদ্ধি পাই ১০,৩০৫ টকা হৈছে। সোণৰ এই দৰ বৃদ্ধিৰ প্ৰভাৱ দেশৰ লগতে অসমতো পৰিছে।

4 / 5
সোণৰ সমান্তৰালভাৱে ৰূপৰ মূল্যও আজি যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি গ্ৰাম ৰূপত ৬ টকা বৃদ্ধি হোৱাৰ ফলত বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ বজাৰ মূল্য প্ৰায় ২,৪৭,০০০ টকাত উপনীত হৈছে।

5 / 5