শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দাম কমিল ৭১০০০ টকা! অহা মাঘতে বিয়াৰ কথা ভাবিছে যদি সোণ ক্ৰয়ৰ বাবে আজিয়েই সুৱৰ্ণ সুযোগ

কেতিয়াবা যদি সোণৰ দাম আকাশলংঘী হয়, কেতিয়াবা আকৌ ই গ্ৰাহকৰ বাবে স্বস্তি কঢ়িয়াই হ্ৰাস পায়। সেইবাবেই বহুলোকে সোণৰ দাম কমালৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আপুনিও যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাৰ বাবে এক সুযোগ হ’ব পাৰে।

monjit-dutta
Monjit Dutta | Published: 29 Dec 2025 11:11 AM
বজাৰত সোণৰ দৰৰ উত্থান-পতন এক স্বাভাৱিক প্ৰক্ৰিয়া। কেতিয়াবা যদি সোণৰ দাম আকাশলংঘী হয়, কেতিয়াবা আকৌ ই গ্ৰাহকৰ বাবে স্বস্তি কঢ়িয়াই হ্ৰাস পায়। সেইবাবেই বহুলোকে সোণৰ দাম কমালৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

1 / 5
আপুনিও যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাৰ বাবে এক সুযোগ হ’ব পাৰে। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭১ টকাকৈ মূল্য হ্ৰাস পাইছে। এই দৰ হ্ৰাসৰ ফলত আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ১৪,১৭১ টকা।

2 / 5
একেদৰে, ২২ কেৰেট সোণৰ দামো আজি প্ৰতি গ্ৰামত ৬৫ টকাকৈ হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি গ্ৰাহকসকলে ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ১২,৯৯০ টকা দৰত ক্ৰয় কৰিব পাৰিব।

3 / 5
আনহাতে, ১৮ কেৰেট সোণৰ মূল্যও প্ৰতি গ্ৰামত ৫৪ টকাকৈ হ্ৰাস পাইছে আৰু বৰ্তমান ইয়াৰ দৰ ১০,৬২৮ টকা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বজাৰতো সোণৰ দৰৰ এই পৰিৱৰ্তন প্ৰতিফলিত হৈছে।

4 / 5
সোণৰ দামৰ লগতে আজি বজাৰত ৰূপৰ দামো হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি প্ৰতি গ্ৰাম ৰূপৰ মূল্য ৪ টকাকৈ হ্ৰাস পাইছে। এই দৰ পৰিৱৰ্তনৰ ফলত আজি প্ৰতি গ্ৰাম ৰূপৰ দাম ২৫৮ টকা হৈছে। অৰ্থাৎ, আজি বজাৰত প্ৰতি কিলোগ্ৰাম ৰূপ ২,৫৮,০০০ টকা দৰত উপলব্ধ হ’ব।

5 / 5