Gold price guwahati: মাত্ৰ ৯৬.৫০টকা! জানক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য…
Gold price Guwahati: প্ৰতিদিনে সোণ- ৰূপৰ দাম হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কালিৰ দৰে প্ৰায় একেই আছে। আজিৰ দিনটোত ৰূপ প্ৰতিগ্ৰামৰ মূল্য মাত্ৰ ৯৬.৫০টকা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5