শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰতি ১০ গ্ৰামত ১০০০ টকা বৃদ্ধি পালে সোণৰ মূল্য, গুৱাহাটীত কিমান?

আজি পুনৰ সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০৪ টকা বৃদ্ধি পাই ১০,২৩৩ টকা হৈছে। আজি গুৱাহাটীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি পাই কিমান হ'ল চাওঁ আহক।

Manas Borah
Manas Borah | Updated On: 23 Jul 2025 11:18 AM
আজিৰ দিনটোত সোণৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০৪ টকা বৃদ্ধি পাই ১০,২৩৩ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯৫ টকা বৃদ্ধি পাই ৯,৩৮০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ৭৮ টকা বৃদ্ধি পাই ৭,৬৭৫ টকা হৈছে।

1 / 5
গুড ৰিটাৰ্নছৰ তথ্য অনুসৰি, আজি দিল্লীত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,০২,৪৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৩,৯৫০ আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৬,৮৭০ টকা হৈছে।

2 / 5
আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০২,৩৩০ টকা । কালি দিনটোত এই মূল্য আছিল, ১,০১,২৯০ টকা।

3 / 5
ইফালে, গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি পাই  ৯৩,৮০০ টকা হোৱাৰ বিপৰীতে ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৭৬,৭৫০ টকা হৈছে।

4 / 5
আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১১৯ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১৯,০০০ টকা।

5 / 5