শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধন ৰাহি কৰাৰ সুৱৰ্ণ সুযোগ, হোৰাহোৰে কমিছে সোণৰ দাম! এতিয়াই চাওক বজাৰ মূল্য

বজাৰত সোণৰ দৰ কেতিয়াবা যদি বৃদ্ধি পায়, কেতিয়াবা আকৌ হোৰাহোৰে হ্ৰাস পায়। সেয়ে বজাৰত সোণৰ দাম হ্ৰাস পোৱালৈ সকলোৱে অপেক্ষা কৰে। আপুনিও যদি সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, আজিয়েই হ’ব সঠিক দিন।

Monjit Dutta
Monjit Dutta | Updated On: 06 Dec 2025 10:48 AM
বজাৰত প্ৰতি দিনে সোণৰ দৰৰ ক্ষেত্ৰত দেখা যায় উত্থান-পতন। অৰ্থাৎ সোণৰ দৰ কেতিয়াবা যদি বৃদ্ধি পায়, কেতিয়াবা আকৌ হোৰাহোৰে হ্ৰাস পায়। সেয়ে বজাৰত সোণৰ দাম হ্ৰাস পোৱালৈ সকলোৱে অপেক্ষা কৰে।

1 / 5
আপুনিও যদি সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, আজিয়েই হ’ব সঠিক দিন। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫৪ টকাকৈ হ্ৰাস পাইছে। এই দৰ হ্ৰাসৰ ফলত আজি প্ৰতিগ্ৰাম ২৪ কেৰেট সোণ আজি ১৩,০১৫ টকাত উপলব্ধ হ’ব।

2 / 5
ইফালে ২২ কেৰেট সোণৰ দামো আজি প্ৰতিগ্ৰামত ৫০ টকাকৈ হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি আজি বজাৰত ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,৯৩০ টকা দৰত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

3 / 5
আনহাতে ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৪১ টকাকৈ হ্ৰাস পাই ৯,৭৬১ টকা দৰ হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা তথ্য অনুসৰি সোণৰ দৰৰ এই পৰিৱৰ্তন দেশৰ বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো দেখা পোৱা যাব।

4 / 5
সোণৰ দৰ হ্ৰাস পালেও অৱশ্যে আজি বজাৰত  বৃদ্ধি পাইছে ৰূপৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য মতে আজি প্ৰতিগ্ৰাম ৰূপত ৩ টকাকৈ বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত আজি প্ৰতিগ্ৰাম ৰূপৰ দাম ১৯০ টকা হৈছে। অৰ্থাৎ বজাৰত আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৯০,০০০ টকা দৰত উপলব্ধ হ’ব।

5 / 5