শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold price today: স্বাধীনতা দিৱসৰ পূৰ্বে হ্ৰাস পালে দাম! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক…

Gold price Today: আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণৰ দাম। আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা আৱশ্যক।

barasha-sarma
Barasha Sarma | Published: 14 Aug 2025 09:50 AM
স্বাধীনতা দিৱসৰ পূৰ্বে  হ্ৰাস পালে সোণৰ দাম। প্ৰতিদিনেই সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে জানি লওক আজি ১৪ আগষ্টৰ দাম।

1 / 5
আজি ১৪ আগষ্টত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ দাম ১০,১৩৪ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৩৪০ টকা। কালিৰ দিনটোত ১০গ্ৰামৰ মূল্য আছিল ১,০১,৩৫০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৮৯ টকা। লগতে ১০ গ্ৰামৰ মূল্য ৯২,৮৯০ টকা। কালিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য আছিল ৯২,৯০০ টকা।

3 / 5
আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৬০০ টকা। লগতে ১০ গ্ৰামৰ মূল্য ৭৬,০০০ টকা। কালিৰ দিনটোত ১০ গ্ৰামৰ মূল্য আছিল ৭৬,০১০ টকা।

4 / 5
আজিৰ দিনটোত গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ১১৪.৯০ টকা। আনহাতে ১ কেজি ৰূপৰ মূল্য ১,১৪,৯০০ টকা। গতিকে কব পাৰি যে অতি সামান্য পৰিমাণে হ'লেও সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে।

5 / 5