আজি ১৬ নৱেম্বৰ, দেওবাৰ। আজি বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ কোনো পৰিৱৰ্তন দেখা নাই। দেশৰ বজাৰত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা। একেদৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,১৪,৬৫০ টকা। ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা।
1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীত ২৪ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ১২,৫০৮ টকা। একেদৰে ১০ গ্ৰামৰ মূল্য ১,২৫,০৮০ টকা।