শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ গুৱাহাটীত বৃদ্ধি পালে সোণৰ মূল্য…

আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৯৩৩ টকা। পূৰ্বৰ তুলনাত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫ টকা বৃদ্ধি পোৱা দেখা গৈছে। চাওঁ আহক আজিৰ দিনটোৰ সোণ-মূল্য কিমান?

manas-borah
Manas Borah | Published: 17 Jul 2025 11:23 AM
আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৯৩৩ টকা। পূৰ্বৰ তুলনাত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫ টকা বৃদ্ধি পোৱা দেখা গৈছে।

1 / 5
একেদৰে আজিৰ দিনটোত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,১০৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৪৫০ টকা হোৱা দেখা গৈছে।

2 / 5
গুড ৰিৰ্টানছৰ তথ্য অনুসৰি, আজিৰ দিনটোত দিল্লীত ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৪৮০ টকা। পূৰ্বৰ তুলনাত প্ৰতি ১০ গ্ৰামত ৫০ টকা বৃদ্ধি পোৱা দেখা গৈছে। একেদৰে দিল্লীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৪,৫৮০ টকা হোৱা দেখা গৈছে।

3 / 5
ইফালে আজি গুৱাহাটীত ২২ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯১,০৫০ টকা। একেদৰে গুৱাহাটীত ১৮ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৫০০ টকা। ইফালে,২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৩৩০ টকা হোৱা দেখা গৈছে।

4 / 5
আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৪ টকা হোৱাৰ বিপৰীতে প্ৰতিকেজি ৰূপৰ মূল্য ১,১৪,০০০ টকা।

5 / 5