শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: বিজয়া দশমীৰ দিনটোত কিমান মূল্যত বিক্ৰী হৈছে সোণ-ৰূপ, জানক সকলো…

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা যায়। আজি বিজয়া দশমীৰ দিনা বজাৰত সোণৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে। আনহাতে হ্ৰাস পাইছে ৰূপৰ দাম।

barasha-sarma
Barasha Sarma | Published: 02 Oct 2025 09:10 AM
প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজি বিজয়া দশমী। এই দিনটোত বহুতে সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰা দেখা যায়। এনে অৱস্থাত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে।

1 / 5
আজি ২ অক্টোবৰ, বৃস্পতিবাৰে। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯২৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,২৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,২৪০ টকা।

2 / 5
আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৯৩১ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,০৯,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৯,৩০০ টকা। গতিকে কালিৰ তুলনাত কিছু পৰিমাণে দাম বৃদ্ধি পাইছে।

3 / 5
আজি বিজয়া দশমীৰ দিনা গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৯৪১ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৪১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৯,৪০০ টকা।

4 / 5
অৱশ্যে আজিৰ দিনটোত ৰূপৰ দাম সামান্য পৰিমাণে হ্ৰাস পাইছে। আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১৫০.৯০ টকা।  ১ কিলো  ৰূপৰ মূল্য ১,৫০,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৫১,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5