শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: গুৱাহাটীত কিমান টকাত বিক্ৰী হৈ আছে সোণ-ৰূপ? জানক আজিৰ মূল্য…

Gold Price Today: প্ৰতিদিনৰ দৰে আজিও বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈছে। প্ৰতি কেৰেট সোণৰ মূল্য বেলেগ বেলেগ। আনহাতে ৰূপৰ মূল্য কিছু বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে দাম জনা দৰকাৰ।

barasha-sarma
Barasha Sarma | Published: 23 Dec 2025 09:23 AM
বজাৰত সোণ-ৰূপৰ মূল্যৰ পৰিৱৰ্তন হোৱা সাধাৰণ কথা। প্ৰতিদিনৰ দৰে আজিও বজাৰত এই মূল্যৰ পৰিৱৰ্তন দেখা গৈছে। নতুন বছৰৰ পূৰ্বে  বহুতে আ-অলংকাৰ ক্ৰয় কৰে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5
আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৬১৬ টকা। ১০ গ্ৰামৰ মূল্য ১,৩৬,১৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৬,১৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,৬১,৬০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,৬১,৫০০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৪৮১ টকা। ১০ কেৰেট সোণৰ মূল্য ১,২৪,৮১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৪,৮০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১২,৪৮,১০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ ১২,৪৮,০০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,২১২ টকা। ১০ গ্ৰামৰ মূল্য ১,০২,১২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০২,১১০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,২১,২০০ টকা।

4 / 5
আজি ১ গ্ৰাম ৰূপৰ মূল্য ২২৩ টকা। ১০গ্ৰামৰ মূল্য ২,২৩০ টকা। ১০০ গ্ৰামৰ মূল্য ২২,৩০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২১,৯০০ টকা। আনহাতে আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ২,২৩,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5