শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: পুনৰ পালে হ্ৰাস! আজিৰ দিনটোত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Gold Price Today: প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে দাম। কালিৰ তুলনাত আজি সোণ-ৰূপৰ মূল্যৰ মাজত পাৰ্থক্য দেখা গৈছে।

barasha-sarma
Barasha Sarma | Published: 21 Oct 2025 09:03 AM
সমগ্ৰ দেশত এতিয়া আনন্দৰ পৰিৱেশ। সকলোৱে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। ইয়াৰ মাজতে আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। আজি বজাৰত কিমান টকাত সোণ-ৰূপ বিক্ৰী হৈছে, সেই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ'ল।

1 / 5
আজি ২১ অক্টোবৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০৬৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৬৮০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৩০.৬৯০ টকা।

2 / 5
আজিৰ দিনটোত বজাৰত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৭৯ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৭৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৯,৮০০ টকা।

3 / 5
আজি বজাৰত ১৮ কেৰেট সোণৰ মূল্যও হ্ৰাস পাইছে। আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৮০১ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ৯৮,০১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৮,০২০ টকা।

4 / 5
আজিৰ দিনটোত ৰূপৰ মূল্যও হ্ৰাস পাইছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৭১.৯০ টকা। আনহাতে ১০০ গ্ৰাম ৰূপৰ মূল্য ১৭,১৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৭,২০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5