শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: দেৱালীৰ দিনটোত হ্ৰাস পালে দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: আজি দেৱালীৰ দিনটোত বজাৰত হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আপুনিও যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এয়া আপোনাৰ বাবে এক ভাল সুযোগ হোৱাৰ সম্ভাৱনাৱ আছে।

barasha-sarma
Barasha Sarma | Published: 20 Oct 2025 09:08 AM
আজি ২০ অক্টোবৰ, ২০২৫।  সমূহ দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান জানো আহক।

1 / 5
আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০৮৫ টকা, আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৮৫০ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ১,৩০,৮৬০ টকা।

2 / 5
আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৯৯৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৯,৯৪০ টকা। কালিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য আছিল ১,১৯,৯৫০ টকা।

3 / 5
আজিৰ দিনটোত বজাৰত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৮১৩ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯৮,১৩০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৮,১৪০ টকা।

4 / 5
আজিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য ১৭১.৯০ টকা। ইফালে ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৭১,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৭২,০০০ টকা। গুণ ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5