শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্গা পূজাৰ পূৰ্বে দাম বৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold price today: আজি আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে জানি লওক ইয়াৰ দাম। কিয়নো আজি সোণৰ মূল্য বৃদ্ধি হোৱাৰ বিপৰীতে ৰূপৰ মূল্য হ্ৰাস পাইছে।

barasha-sarma
Barasha Sarma | Published: 11 Sep 2025 09:06 AM
সমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে বৃদ্ধি পাইছে সোণৰ দাম। আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্যত কিছু সাল-সলনি হোৱা দেখা গৈছে। আপুনিও যদি আজি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5
আজি ১১ ছেপ্টেম্বৰ, ২০২৫। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,০৫২ টকা। লগতে ১০  গ্ৰাম সোণৰ মূল্য ১,১০,৫১৯ টকা। কালিৰ দিনটোত ইয়াৰ দাম আছিল ১,১০,৫০৯ টকা।

2 / 5
আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,১৩১ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৩১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০১,৩০০ টকা।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,২৮৯ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮২,৮৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮২,৮৮০ টকা।

4 / 5
অৱশ্যে আজি ৰূপৰ দাম কিছু পৰিমাণে হ্ৰাস পাইছে আজি ১০ গ্ৰাম ৰূপৰ দাম ১,২৯৯ টকা। আনহাতে ১ কেজিৰ দাম ১,২৯,৯০০ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৩০,০০০ টকা।

5 / 5