শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি গুৱাহাটী সোণ-ৰূপৰ মূল্য কিমান ? চাওক

দেখা যায় যে, যোৱা দিন কেইটাত সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও আজিৰ দিনটো কোনো পৰিৱৰ্তন দেখা নাই। গুৱাহাটীত আজি ইয়াৰ দৰ কিমান ? চাওঁ আহক।

Manas Borah
Manas Borah | Updated On: 28 Dec 2025 10:23 AM
আজি ২৮ ডিচেম্বৰ, দেওবাৰ। আজি এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত  ১,৪১,২২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৯,৪৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৯২০ টকা।

1 / 5
আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম সোণৰ মূল্য ১৪,১২২ টকা। ইয়াডৰ সমান্তৰালভাৱে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ১,৪১,২২০ টকা।

2 / 5
২২ কেৰেট সোণৰ মূল্য যদি চোৱা যায়,প্ৰতি গ্ৰামৰ মূল্য ১২,৯৪৫ টকা হোৱাৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য হৈছে ১,২৯,৪৫০ টকা।

3 / 5
ইফালে, ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত হৈছে ১০,৫৯২ টকা। একে সময়তে ১০ গ্ৰামৰ মূল্য হৈছে ১,০৫,৯২০ টকা। য'ত দেশৰ বজাৰ সৈতে ইয়াৰ মূল্যত কোনো প্ৰাৰ্থক্য দেখা নাই।

4 / 5
ৰূপৰ মূল্য যদি চোৱা যায়, প্ৰতি ১০০ গ্ৰামত ২৫,১০০ টকা । ইফালে প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ২,৫১,০০০ টকা। দেখা যায় যে, যোৱা দিন কেইটাত সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও আজিৰ দিনটো কোনো পৰিৱৰ্তন দেখা নাই।

5 / 5