শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কোনো পৰিৱৰ্তনা হোৱা নাই যদিও বিগত দিনবোৰত ইয়াৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছিল। চাওঁ আহক আজিৰ দিনটোত মূল্য কিমান ?

manas-borah
Manas Borah | Published: 04 Jan 2026 10:50 AM
আজি ৪ জানুৱাৰী, দেওবাৰ। আজি বন্ধৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ দিনটোত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ১৩, ৫৮২ টকা। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,১৮৭ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৩৫,৮২০ টকা হোৱাৰ বিপৰীতে ১০০ গ্ৰাম সোণৰ মূল্য হৈছে ১৩,৫৮,২০০ টকা।

2 / 5
২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য আজিৰ দিনটোত ১,২৪,৫০০ টকা। ইয়াৰ সমান্তৰালভাৱে ১০০ গ্ৰাম সোণৰ মূল্য হৈছে ১২, ৪৫,০০০ টকা।

3 / 5
১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,০১,৮৭০ টকা। ইয়াৰ বিপৰীতে প্ৰতি ১০০ গ্ৰাম সোণৰ মূল্য হৈছে ১০,১৮,৭০০ টকা।

4 / 5
ৰূপৰ মূল্যও কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰতিগ্ৰাম ৰূপৰ মূল্য হৈছে ২৪১ টকা, ১০০ গ্ৰামৰ মূল্য ২৪,১০০ টকা আৰু ১০০০ গ্ৰাম সোণৰ মূল্য ২,৪১,০০০ টকা।

5 / 5