শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? জানক

প্ৰতিদিনে সোণ-ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা যায়। আজিৰ দিনটোত দিল্লীৰ লগতে গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান ? চাওঁ আহক।

manas-borah
Manas Borah | Published: 31 Aug 2025 09:54 AM
আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৪৯৫ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৬২০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৮৭১ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ মতে, আজি দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,১০০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৬,৩৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৮,৮৪০ টকা।

2 / 5
আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৪৯৫ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৬২০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৮৭১ টকা।

3 / 5
একেদৰে গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৪,৯৫০ টকা। ইফালে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৬,২০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য  ৭৮,৭১০ টকা।

4 / 5
আজিৰ দিনটোত প্ৰতিগ্ৰাম ৰূপৰ মূল্য ১২১ টকা হোৱাৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১,২১,০০০ টকা।

5 / 5