শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: পুনৰ কমিল সোণ-ৰূপৰ মূল্য! চাওক আজিৰ দাম…

Gold Price Today: আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। যোৱা কেইটামান দিনৰ পৰা এই মূল্য হ্ৰাস পোৱা দেখা গৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

Barasha Sarma
Barasha Sarma | Published: 08 Jan 2026 10:09 AM
আজি ৮ জানুৱাৰী, ২০২৬। পুনৰ আজি সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। যোৱা কেইটামান দিনৰ পৰা এই মূল্য হ্ৰাস পাই আহিছে। এনে ক্ষেত্ৰত আজিৰ দিনটোত ইয়াৰ দাম কিমান জানি লওক।

1 / 5
আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৮০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,৮২৭ টকা। আজি ১০ গ্ৰামৰ মূল্য ১,৩৮,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩৮,২৭০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১৩,৮০,০০০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১২,৬৭৫ টকা। আজি ১০ গ্ৰামৰ মূল্য ১,২৬,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৬,৭৫০ টকা। আনহাতে আজি ১০০ গ্ৰামৰ মূল্য ১২,৬৫,০০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ২০,৩৫০ টকা। ১০ গ্ৰামৰ মূল্য ১,০৩,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৩,৭১০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,৩৫,০০০ টকা।

4 / 5
আজি ৰূপৰ মূল্যও হ্ৰাস পোৱা দেখা গৈছে। আজি ১ গ্ৰাম ৰূপৰ মূল্য ২৫২ টকা। ১০০ গ্ৰামৰ মূল্য ২৫,২০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২৫,৭০০ টকা। আজি ১০০০ গ্ৰামৰ মূল্য ২,৫২,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5