Gold price today: কিমান কমিল দাম? প্ৰতিগ্ৰামত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…
Gold Price Today: প্ৰতিদিনৰ দৰে আজিও সোণ আৰু ৰূপৰ মূল্যত পৰিৱৰ্তন দেখা গৈছে। আজি হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5