শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: পুনৰ দাম কমিল! আজি বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক সঠিক মূল্য…

Gold Price Today: প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে দাম হ্ৰাস পোৱা দেখা গৈছে। যদি আপুনি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

barasha-sarma
Barasha Sarma | Updated On: 06 Nov 2025 10:18 AM
প্ৰতিদিনে সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। আজি পুনৰ দাম কিছু হ্ৰাস পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ পৰা সোণ-ৰূপৰ মূল্য যথেষ্ঠ বৃদ্ধি হৈ আহিছে। কিন্তু ধনতেৰাচৰ পাছত মূল্য কিছু হ্ৰাস পোৱা দেখা গৈছে।

1 / 5
আজি ৬ অক্টোবৰ, বৃহস্পতিবাৰ। আজিৰ দিনটোত বজাৰত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,১৪৭ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২১,৪৭০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২১,৪৮০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য আজি ১২,১৪,৭০০ টকা।

2 / 5
আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্যও হ্ৰাস পাইছে। ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,১৩৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১১,৩৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১১,৩৫০ টকা। ইফালে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১১,১৩,৪০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,১১০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯১,১০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯১,১১০ টকা। আনহাতে ১০০ গ্ৰাম সোণৰ মূল্য ৯,১১,০০০ টকা।

4 / 5
আজি ৰূপৰ মূল্য হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ মূল্য ১৫০.৪০ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,০৪০ টকা, কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৫,০৫০। আনহাতে ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৫০,৪০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5