শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: হ্ৰাস পালে নে বৃদ্ধি? আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: আজিৰ দিনটোত বজাৰত সোণ-ৰূপৰ মূল্যত হ্ৰাস-বৃদ্ধি দেখা গৈছে। গতিকে সোণ বা ৰূপ ক্ৰয় কৰিব বিচৰাসকলে ইয়াৰ দাম জনা দৰকাৰ। কিয়নো প্ৰতিটো দিনে দাম বেলেগ বেলেগ হয়।

barasha-sarma
Barasha Sarma | Published: 04 Nov 2025 09:25 AM
প্ৰতিটো দিনে বজাৰত সোণ-ৰূপৰ মূল্য বেলেগ বেলেগ হয়। বিগত এটা বছৰত সোণৰ মূল্য যথেষ্ঠ বৃদ্ধি পাইছে। কিন্তু শেহতীয়াকৈ ধনতেৰাচৰ পাছত মূল্য কিছু হ্ৰাস পাইছে। আজি বজাৰত সোণ-ৰূপৰ মূল্যৰ কিছু সাল-সলনি দেখা যায়।

1 / 5
আজি ৪ নৱেম্বৰ, ২০২৫। বজাৰত আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩১৮ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৩,১৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,১৭০ টকা। আনহাতে ১০০ গ্ৰামৰ দাম আজি ১২.৩১,৮০০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,২৯১ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১২,৯১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১২,৯০০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১১,২৯,১০০ টকা।

3 / 5
আজিৰ দিনটো ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৩৯ টকা। ১০ গ্ৰামৰ মূল্য ৯২,৩৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯২,৩৮০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ৯,২৩,৯০০ টকা।

4 / 5
আজি ৰূপৰ দাম কিছু হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ মূল্য ১৫১.৮০ টকা। ১০ গ্ৰামৰ মূল্য ১,৫১৮ টকা। কালি ইয়াৰ পৰিমাণ আছিল ১,৫১৯ টকা। ইফালে ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,১৮০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5