শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: পুনৰ দাম কমিল! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য সাল-সলনি হৈ থাকে। বিশ্বৰ বজাৰৰ প্ৰভাৱ প্ৰতিটো প্ৰান্ততে পৰে। ধনতেৰাচৰ পাছত হ্ৰাস পাইছে সোণৰ দাম। আজিও হ্ৰাস পালে মূল্য।

barasha-sarma
Barasha Sarma | Published: 03 Nov 2025 09:19 AM
প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত পুনৰ হ্ৰাস পালে সোণ আৰু ৰূপৰ দাম। গতিকে আপুনি যদি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে  তেন্তে ইয়াৰ মূল্য জনা দৰকাৰ।

1 / 5
আজি ৩ নৱেম্বৰ ২০২৫। আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,২৯৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২২,৯৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৩,০০০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১২,২৯,৯০০ টকা।

2 / 5
আজিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,২৭৪ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ১,১২,৭৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১২,৭৫০ টকা। আজি ১০০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য বজাৰত ১১,২৭,৪০০ টকা।

3 / 5
আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২২৪ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯২,২৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯২,২৫০ টকা। আজিৰ দিনটোত ১০০ গ্ৰাম সোণৰ মূল্য ৯,২২,৪০০ টকা।

4 / 5
আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৫১.৯০ টকা। ১০ গ্ৰামৰ মূল্য ১৫,১৯০ টকা। কালিৰ দিনটোত ইয়াৰ মূল্য আছিল ১৫,২০০ টকা। ইফালে আজি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৫১,৯০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5