শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price Today: আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Gold price Today: আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত বৃদ্ধি পাইছে সোণৰ মূল্য। গতিকে আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম কিমান সেয়া জানি লোৱা ভাল।

Barasha Sarma
Barasha Sarma | Published: 28 Aug 2025 09:11 AM
সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হোৱা সাধাৰণ কথা। আজিৰ দিনটোতো সোণৰ মূল্য কিছু বৃদ্ধি হৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

1 / 5
আজি ২৮ আগষ্টত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০.২৪৫ টকা। ইয়াৰ বিপৰীতে ১০ গ্ৰাম সোণৰ মূল্য ১,০২,৪৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০২,৪৪০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

2 / 5
আজি ২২ কেৰেট সোণ বজাৰত বিক্ৰী হৈছে প্ৰতিগ্ৰামত ৯,২৯১ টকা। ইফালে ১০ গ্ৰামৰ মূল্য হৈছে ৯৩,৯১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৩,৯০০ টকা।

3 / 5
আজিৰ দিনটোত ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৭,৬৪৮ টকা। ইফালে ১০ গ্ৰাম সোণৰ মূল্য ৭৬,৮৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৭৬,৮৩০ টকা।

4 / 5
ইয়াৰ বিপৰীতে ৰূপৰ দাম আজি কিছু হ্ৰাস পাইছে। আজিৰ দিনটোত প্ৰতিগ্ৰাম ৰূপৰ মূল্য ১১৯.৯০ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজিত দাম ১,১৯,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২০,০০০ টকা।

5 / 5