Gold Price: পুনৰ কমিল দাম! আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান, জানক…
Gold Price Today: বৰ্তমান উৎসৱৰ সময়ত বহুতে সোণ-ৰূপ ক্ৰয় কৰে। গতিকে সোণ-ৰূপ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আছে ভাল খবৰ। কিয়নো পুনৰ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5