Gold price today: পূজাৰ পূৰ্বে বৃদ্ধি পালে মূল্য! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান জানক…
Gold price today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছে। ইফালে ৰূপৰ মূল্যও কালিৰ তুলনাত বৃদ্ধি পাইছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5