শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: উৰুকাৰ দিনটোত বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

Gold Price today: আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ উৰুকা। পিছে আজিৰ দিনটোত সোণৰ বজাৰৰ পৰিস্থিতি কেনেকুৱা। যদি আপুনি আজি সোণ ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে দাম জানি লওক।

Barasha Sarma
Barasha Sarma | Published: 13 Jan 2026 10:24 AM
আজি ১৩ জানুৱাৰী,২০২৬। প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হোৱা দেখা যায়। আজিৰ দিনটোত সোণ আৰু ৰূপৰ মূল্য কিছু বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজিৰ দিনটোত যদি আপুনি অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে দাম জানি লওক।

1 / 5
আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৪,২৫২ টকা। ১০ গ্ৰামৰ মূল্য ১,৪২,৫৩০ টকা, কালিৰ দিনটোত ইয়াৰ মূল্য আছিল ১,৪২,১৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৪,২৫,৩০০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,০৬৫ টকা। আনহাতে আজি ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৩০,৩০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,০৬,৫০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৬৯০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,০৬,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৬,৬১০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১০,৬৯,০০০ টকা।

4 / 5
আজি ১ গ্ৰাম ৰূপৰ মূল্য ২৭৫ টকা। ১০ গ্ৰাম ৰূপৰ মূল্য ২,৭৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২,৭০০ টকা। আজি ১০০ গ্ৰাম ৰূপৰ মূল্য ২৭,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২৭,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5