শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: দুৰ্গা পূজাৰ পূৰ্বে দাম হ্ৰাস! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold price today: প্ৰতিটো দিনৰ দৰে আজিও সোণ-ৰূপৰ মূল্যত সাল-সলনি হৈছে। কালিৰ দিনটোতকৈ আজি কিছু পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

barasha-sarma
Barasha Sarma | Published: 25 Sep 2025 09:42 AM
প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ আছে। গতিকে দুৰ্গা পূজাৰ পূৰ্বে আপুনিও যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ। আজি কিছু পৰিমাণে দাম হ্ৰাস পাইছে।

1 / 5
২৫ ছেপ্টেম্বৰত গুৱাহাটীত ১ গ্ৰাম সোণৰ মূল্য ১১,৫৩৬ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ১,১৫,৩৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৫,৩৭০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৫৭৪ টকা। আনহাতে ১০ গ্ৰামৰ মূল্য ১,০৫,৭৪০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,০৫,৭৫০ টকা।

3 / 5
আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৬৫২ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ৮৬,৫২০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৮৬,৫৩০ টকা।

4 / 5
আনহাতে ১ গ্ৰাম ৰূপৰ দাম ১৩৯.৯০ টকা। আনহাতে ১০০ গ্ৰাম ৰূপৰ দাম ১৩,৯৯০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,০০০ টকা। গতিকে ৰূপৰ দামো কিছু হ্ৰাস পাইছে। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5