শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য…

আজি সমগ্ৰ ভাৰতত সোণৰ মূল্য যথেষ্ট হ্ৰাস পাইছে । গুৱাহাটী আৰু দিল্লীৰ বজাৰত 24K, 22K, আৰু 18K সোণৰ দাম, লগতে ৰূপৰ হাৰ আৰু শেহতীয়া পৰিৱৰ্তন চাওক।

manas-borah
Manas Borah | Published: 24 Jun 2025 12:40 PM
আজি দেশৰ বজাৰত সোণৰ মূল্য কিছু হ্ৰাস পোৱা দেখা গৈছে। আজি ২৪ কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ মূল্য ৯,৯৮৭ টকা। একেদৰে ২২ কেৰেট প্ৰতি গ্ৰাম সোণৰ মূল্য ৯,১৫৫ টকা আৰু ১৮ কেৰেটৰ মূল্য ৭,৪৯১ টকা।

1 / 5
ইফালে গুড ৰিটাৰ্নছৰ তথ্য মতে, আজি দেশৰ বজাৰত ৰূপৰ মূল্যও ১০০০ টকা হ্ৰাস পোৱা দেখা গৈছে। প্ৰতি গ্ৰাম ৰূপৰ মূল্য আজি ১০৯ টকা আৰু প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য আজি ১,০৯,০০০ টকা।

2 / 5
আজি দেশৰ ৰাজধানী দিল্লীৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,০০,০২০ টকা। একেদৰে ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৯১,৭০০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,০৩০ টকা।

3 / 5
আজি গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৮৭০ টকা । সোমবাৰে দিনটোত এই মূল্য আছিল ১,০০,৬৯০ টকা। প্ৰায় ৮২০ টকা মূল্য হ্ৰাস পোৱা দেখা গৈছে।

4 / 5
একেদৰে ৭৫০ টকা হ্ৰাস পাই ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আজি গুৱাহাটীত ৯১,৫৫০ টকা হৈছে। ১৮ কেৰেট সোণৰ মূল্যও প্ৰতি ১০ গ্ৰামত ৬১০ টকা হ্ৰাস পোৱা দেখা গৈছে। আজি গুৱাহাটীত ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৯১০ টকা।

5 / 5