শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য…

আজিৰ দিনটোত সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে । ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে হঠাতে বৃদ্ধি পাইছিল সোণৰ মূল্য । আজি গুৱাহাটীত সোণ মূল্য কিমান জানক ।

manas-borah
Manas Borah | Updated On: 17 Jun 2025 14:10 PM
আজিৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পোৱা দেখা গৈছে । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৩৭০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰামৰ মূল্য ৯২,০০০ টকা । ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৮০ টকা ।

1 / 5
ইফালে আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১১০ টকা আৰু প্ৰতি কেজিৰ দাম ১,১০,০০০ টকা ।

2 / 5
গুড ৰিটাৰ্নছৰ তথ্য মতে, আজিৰ দিনটোত ৰাজধানী দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৫২০ টকা । একেদৰে  ২২ কেৰেট ১০ গ্ৰামৰ মূল্য ৯২,১৫০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰামৰ মূল্য ৭৫,৪০০ টকা ।

3 / 5
আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,৩৭০ টকা । যোৱা কালি এই মূল্য আছিল ১,০১,৫১০ টকা ।

4 / 5
একেদৰে আজি গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯২,০০০ টকা । ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৮০ টকা । ইফালে ৰূপৰ মূল্য প্ৰতি কেজিত ১,১০,০০০ টকা ।

5 / 5