শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক

আজি হ্ৰাস পালে সোণ-ৰূপৰ দৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ৬৬০ টকা । আজি গুৱাহাটী সোণ-ৰূপ কিমান দৰত বিক্ৰী হৈছে জানোঁ আহক ।

manas-borah
Manas Borah | Updated On: 05 Apr 2025 15:13 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ৬৬০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৩ হাজাৰ ১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯০,৮১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৩, ২৫০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৪ হাজাৰ টকাত বিক্ৰী হৈছে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,০৬৬ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৩১০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৯৯ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৭,৯৯০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৩,১০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬৬০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৪ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৪,০০০ টকা।

5 / 5