Gold Price Today: হুৰাহুৰে কমিল সোণৰ মূল্য! কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক
পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5