শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য…

Gold Rate In Guwahati: আজি ১৩ জুন, সোণ-ৰূপৰ মূল্য ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

barasha-misra
Barasha Misra | Published: 13 Jun 2025 11:05 AM
সোণ-ৰূপৰ মূল্যৰ অহৰহ পৰিৱর্তন হৈ আছে। আজি ২৪ কেৰেট, ২৩ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট দাম কিমান জানো আহক। লগতে আজি গুৱাহাটীত সোণৰ শেহতীয়া দাম কিমান জানক।

1 / 5
ভাৰতত আজিৰ দিনত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,২৯৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬০৫ টকা।

2 / 5
গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৯৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৬০৫ টকা।

3 / 5
বৃহস্পতিবাৰে গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য ৯,১০০ টকা, ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৫৮১ টকা। ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১ হাজাৰ আৰু ৮ গ্ৰামৰ মূল্য ৭২,৮০০ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকা।

5 / 5