শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: পুনৰ বৃদ্ধি সোণ-ৰূপৰ মূল্য! জানক আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপ

Gold Rate Today: সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পাছতো ভাৰতীয়সকলে সোণত বিনিয়োগ বৃদ্ধি কৰি আছে। বিশ্বৰ বজাৰৰ উত্থন-পতন আৰু আমেৰিকান ডলাৰৰ শক্তিৰ দ্বাৰা ভাৰতত সোণৰ মূল্য প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সোণৰ ওপৰত আৰোপ কৰা শুল্ক স্থানীয় বজাৰত যোগান আৰু চাহিদাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। আজি দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য পৰিৱৰ্তন হৈছে। জানো আহক গুৱাহাটীত কিমান মূল্য বিক্ৰী হৈছে সোণ-ৰূপ।

barasha-misra
Barasha Misra | Published: 17 May 2025 12:33 PM
সোণ অন্যতম বহুমূলীয়া আৰু ব্যয়বহুল ধাতু। ভাৰতত সোণৰ গুৰুত্ব অপৰিসীম আৰু বৰ্তমান ই অন্যতম গুৰুত্বপূৰ্ণ বিনিয়োগ। ভাৰতত সোণৰ মূল্য কেৱল গহনা ৰূপতেই নহয়, শিল্প আৰু মুদ্ৰাৰ ৰূপতো বৃদ্ধি পাইছে।

1 / 5
ভাৰতত সোণৰ মূল্য জনাৰ আগতে ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ। ২৪ কেৰেটৰ সোণ আন কোনো ধাতুৰ কোনো মিশ্ৰণ নোহোৱাকৈ কেৱল ১০০% বিশুদ্ধ সোণ থাকে। একে সময়তে ৰূপ বা তামৰ দৰে মিশ্ৰিত ধাতু ২২ কেৰেট সোণত মিহলি কৰা হয়। ২২ কেৰেটৰ সোণত ৯১.৬৭ শতাংশ বিশুদ্ধ সোণ থাকে।

2 / 5
গুড ৰিটাৰ্মছৰ তথ্যনুসৰি, ভাৰতত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৫২৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৭৩৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৪৭টকা।

3 / 5
আজি গুৱাহাটীত প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৫১৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৭২০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,১৩৫ টকা।

Gold 1 1

4 / 5
গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৭ আৰু প্ৰতি কিলোগ্ৰামত ৯৭,০০০ টকা। ৰূপৰ মূল্য আজি ভাৰতত পৰিৱৰ্তন হোৱা নাই।

5 / 5