শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: হ্ৰাস পালে সোণৰ মূল্য! কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ'ব পাৰে।

barasha-misra
Barasha Misra | Updated On: 27 Jun 2025 14:12 PM
২৬ জুনত সোণৰ মূল্যৰ বেছি পৰিৱৰ্তন হোৱা নাছিল। আজি সোণ-ৰূপৰ হাৰ কমি আহিছে বুলিয়নৰ বজাৰত। শুকুৰবাৰে সোণৰ মূল্য হ্ৰাস পোৱাৰ কাৰণ হ’ল ডলাৰৰ সামান্য শক্তি আৰু ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা যুদ্ধবিৰতি।

1 / 5
বজাৰে এতিয়া আমেৰিকাৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ ওপৰত চকু ৰাখিছে। যিয়ে ভৱিষ্যতে সুতৰ হাৰৰ সন্দৰ্ভত ফেডাৰেল ৰিজাৰ্ভে কি স্থিতি গ্ৰহণ কৰিব সেই কথা সূচাব পাৰে। আজি সমগ্ৰ দেশতে প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯৩০ টকালৈ নামি আহিছে। এনে ক্ষেত্ৰত মূল্য ৯৮,১৭০ টকালৈ নামি আহিছে।

2 / 5
বুলিয়নৰ বজাৰত প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ হাৰ ৮৫০ টকা হ্ৰাস পাই ৯০ হাজাৰ টকা হৈছে। ইয়াৰ পূৰ্বে ৯০,৮৫০ টকা আছিল। আজি প্ৰতি ১০ গ্ৰামত ১৮ কেৰেট সোণৰ হাৰ ৭০০ টকা হ্ৰাস পাই ৭৩,৬৪০ টকা হৈছে। আনহাতে কালি ৭৪,৩৪০ টকা আছিল।

3 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮০২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৮৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩৫২ টকা। বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৯৫, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০৭০ আৰু ১৮ কেৰেট সোণ প্ৰতি গ্ৰামত (৯৯৯ সোণ বুলিও কোৱা হয়) ৭,৪২১ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১০৭.৯০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০৭,৯০০ টকা। বৃহস্পতিবাৰে গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৮,০০০ টকা আছিল।

5 / 5