Gold Price: সোণ-ৰূপৰ গ্ৰাহকৰ বাবে সুখবৰ, হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! জানক গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপ
Gold Rate In Guwahati: এতিয়া বিয়াৰ বতৰ, আপুনি সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য পৰিৱৰ্তন হৈ আছে। আজি জানো আহক গুৱাহাটীত কিমান মূল্য বিক্ৰী হৈছে সোণ-ৰূপ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5