শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১ লাখ চুবলৈ কেইটকামানহে বাকী, বিয়াৰ বতৰত ৰকেটৰ গতিত বাঢ়িছে সোণৰ দাম

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৪০০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে। চাওক গুৱাহাটীত আজি সোণৰ ৰূপৰ দাম কিমান ?

manas-borah
Manas Borah | Published: 11 Apr 2025 13:01 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৪০০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৮৭ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৫৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৬০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৭ হাজাৰ ১০০ টকাত বিক্ৰী হৈছে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৪০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৫৫ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭১,৫৫০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৭,৪৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৫০০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৭,১০০ টকা।

5 / 5