শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সোণ আৰু ৰূপৰ দাম সামান্য বৃদ্ধি! গুৱাহাটীত ৰেট চাওক…

আজি ৬ আগষ্ট বুধবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিচাৰ্ণছৰ মতে, ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। চাওঁ আহক আজি গুৱাহাটীত সোণ-ৰূপৰ ৰেট কিমান?

manas-borah
Manas Borah | Published: 06 Aug 2025 09:43 AM
আজিৰ দিনটোত সামান্য পৰিমাণে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিচাৰ্ণছৰ মতে, ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে।  আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,২২৩ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩৭১ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬৬৮ টকা।

1 / 5
আজি দেশৰ ৰাজধানী দিল্লীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,৩৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৮৬০ টকা। একেদৰে ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৮৮০ টকা।

2 / 5
ইফালে, গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,২৩০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ১,০২,২২০ টকা।

3 / 5
একেদৰে গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৭১০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ৯৩,৭০০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৬৮০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ৭৬,৬৭০ টকা।

4 / 5
আজিৰ দিনটোত ৰূপ মূল্য প্ৰতি কেজিত ১০০ টকাকৈ বৃদ্ধ পোৱা দেখা গৈছে। প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১১৫.১০ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১৫,১০০ টকা।

5 / 5