শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold rate today: আজি সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক! জানক বৰ্তমান কিমান মূল্য…

Gold rate today: ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনাৰ বাবে ২০ জুনত পুনৰবাৰ সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পালে। জানো আহক আজি গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য...

barasha-misra
Barasha Misra | Published: 20 Jun 2025 13:39 PM
পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছিল কিন্তু আজি পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য। ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ উপৰিও আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তন পিছুৱাই দিয়াৰ বাবে সোণৰ মূল্যও উঠা-নমা কৰি আছে।

1 / 5
২০ জুনত পুৱা ৭:৫০ বজাত সোণ-ৰূপৰ মূল্য বৃদ্ধি হয়। অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি MCX  গোল্ড ইনডেক্স ৯৯,৩৮৫/১০ গ্ৰামত আছিল। MCX ত ৰূপৰ মূল্য আছিল ১,০৭,৪০৫ টকা।

2 / 5
আই বি এৰ তথ্য অনুসৰি ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৫৮০ টকা আৰু ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৯১,২৮২ টকা। একে সময়তে ৰূপৰ ৯৯৯ শুদ্ধ ৰূপত প্ৰতি কিলোগ্ৰামত দাম ১,০৭,৮৯০ টকা। এমচিএক্সত সোণৰ মূল্য ৯৯,৩৮৫ টকা আৰু ৰূপৰ মূল্য ১,০৭,৪০৫ টকা। আই বি এৰ ৱেবছাইট অনুসৰি ৰূপৰ মূল্য প্ৰতি কেজি ১০,০৭,৮৯০ টকা ( ৯৯৯ শুদ্ধ ৰূপ)।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৪৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২১০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৩৬ টকা।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০  টকা।

5 / 5