শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮ হাজাৰ ৩৫০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০১,০০০ টকাত বিক্ৰী হৈছে। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ?

Manas Borah
Manas Borah | Published: 21 Apr 2025 12:19 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮ হাজাৰ ৩৫০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০১,০০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৫০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৩০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০১,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮৩৫ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,০১৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩৭৬ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৭৬০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,১৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৩৫০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০১ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০১,০০ টকা।

5 / 5