শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ?

এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজি দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান? চাওঁ আহক ।

Manas Borah
Manas Borah | Published: 11 Jan 2026 10:33 AM
আজি ১১ জানুৱাৰী, দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১৪,০৪৬ টকা। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৮৭৫ টকা। ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৩৪ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,৪০,৪৬০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে ১৪,০৪,৬০০ টকা।

2 / 5
২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৮,৭৫০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে ১২,৮৭,৫০০ টকা।

3 / 5
১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৩৪০ টকা। ১০০ গ্ৰামৰ সোণৰ মূল্য হৈছে ১০,৫৩,৪০০ টকা।

4 / 5
ইফালে, ১০০ গ্ৰাম ৰূপৰ মূল্য হৈছে ২৬,০০০ টকা। প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ২,৬০,০০০ টকা।

5 / 5