Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান?
Gold price and silver rate 5th February: নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। এফালে দিল্লীৰ বজাৰত সোণৰ দামে ইতিমধ্যে ৮৫ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। সোণৰ দাম বৃদ্ধিৰ কাৰণ হৈছে ডলাৰৰ মূল্য হ্ৰাস। বুধবাৰে সোণৰ দামে ৮৬ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰি এক নতুন অভিলেখত উপনীত হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5