Gold Price Today: সোণৰ দামত বৃহৎ পৰিৱৰ্তন! গুৱাহাটীত আজি কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?
Gold price and silver rate 30 January: ফেড নীতি বৈঠকৰ পিছত ভাৰতত বৃদ্ধি পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5