Gold Price Today: দাম হ্ৰাস! আজি গুৱাহাটীৰ বজাৰত কিমান সস্তা হ’ল সোণ?
Gold price and silver rate today: বিগত তিনিটা ব্যৱসায়িক দিনত সোণৰ দাম ১৪০০ টকাতকৈও অধিক বৃদ্ধি হৈছে। বুধবাৰে, সোণৰ দাম প্ৰতি দহ গ্ৰামত ২২০ টকা বৃদ্ধি হৈছে। বৃহস্পতিবাৰে, সোণৰ দাম ৫০০ টকা বৃদ্ধি হৈছে। শুকুৰবাৰে সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭০০ টকা বৃদ্ধি হৈ অভিলেখ স্তৰৰ ওচৰত উপনীত হৈছিল। কিন্তু শনিবাৰৰ দিনটোত সোণৰ দাম ১০ গ্ৰামত ১৫০ টকা হ্ৰাস পাইছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5