শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণৰ দাম কিমান? সবিশেষ জানক…

Gold and Silver Rate Guwahati: দেশৰ বজাৰত নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক..

trishna-kalita
Trishna Kalita | Published: 19 Feb 2025 12:16 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮,৭৬৫ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৩৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকাত বিক্ৰী হৈছে।

1 / 5
১৯ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৭,৮০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৪৫০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত  ১,০০,৫০০ টকা।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৬৫ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৭৪ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৭৪০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৩৫০ টকা।  একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৬৫০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,৫০০ টকা।

5 / 5