Gold Price Today: আজি গুৱাহাটীৰ বজাৰত কিমান দামত বিক্ৰী হৈছে সোণ?
Gold price and silver rate today: বিগত কেইবাদিন ধৰি সোণৰ দামত যথেষ্ট উত্থান-পতন দেখা গৈছে। কেতিয়াবা যদি বৃদ্ধি হয় কেতিয়াবা হ্ৰাস হোৱা দেখা যায় সোণৰ দাম।আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি দেশৰ লগতে গুৱাহাটীৰ বজাৰত কিমান দামত সোণ বিক্ৰী হৈছে জানো আহক।

1 / 5
      

2 / 5
      

3 / 5
      

4 / 5
      

5 / 5
      
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      