Gold Price Today: আকৌ দামবৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দৰ কিমান?
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। এই কাৰকসমূহে একেলগে সমগ্ৰ দেশতে দৈনিক সোণৰ হাৰ নিৰ্ধাৰণ কৰে। জানো আহক আজি গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ আৰু ৰূপ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5