Gold Price Today: মাঘৰ প্ৰথম দিনটোত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ?
দীৰ্ঘদিন ধৰি ভাৰতীয় সংস্কৃতি আৰু অৰ্থনীতিত সোণ এক গুৰুত্বপূৰ্ণ সম্পদ হৈ আহিছে। যি ৰীতি-নীতি, বিনিয়োগ আৰু সম্পদৰ ভাণ্ডাৰ হিচাপে এক অপৰিহাৰ্য ভূমিকা পালন কৰে। যোৱা কেইটামান দশকত ভাৰতত সোণৰ দামে এক সাধাৰণ উৰ্ধমুখী প্ৰৱণতা প্ৰদৰ্শন কৰিছে। যাৰ ফলত সময়ে সময়ে দামৰ তাৰতম্য দেখা যায়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5