শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য…

Gold Rate In Guwahati: আজি ৮ জুন, সোণ-ৰূপৰ মূল্য ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

barasha-misra
Barasha Misra | Updated On: 08 Jun 2025 14:04 PM
ভাৰতত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৮১২ টকা, ২২ কেৰেট সোণৰ মূল্য 8,995 টকা প্ৰতি গ্ৰামত আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৬০ টকা।

1 / 5
গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৭৯৭ টকা, ২২ কেৰেট সোণৰ মূল্য ৮,৯৮০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৪৮ টকা।

2 / 5
সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পাছতো ভাৰতীয়সকলে সোণত বিনিয়োগ বৃদ্ধি কৰি আছে। বিশ্বৰ বজাৰৰ উত্থন-পতন আৰু আমেৰিকান ডলাৰৰ শক্তিৰ দ্বাৰা ভাৰতত সোণৰ মূল্য প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সোণৰ ওপৰত আৰোপ কৰা শুল্ক স্থানীয় বজাৰত যোগান আৰু চাহিদাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

3 / 5
শনিবাৰে দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ মূল্য ৯,৭৯৭ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৯৮০ টকা আৰু ২৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৩৪৮ টকা । ইফালে ৰূপৰ মূল্য প্ৰতিকেজিৰ মূল্য ১,০৭,০০০ টকা আছিল ।

4 / 5
গুৱাহাটীত আজি ৰূপৰ মূল্য আজি প্ৰতি গ্ৰাম ১০৭ আৰু প্ৰতি কিলোগ্ৰাম ১,০৭,০০০ টকা। ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত গুৱাহাটী অসমৰ ব্যৱসায়িক আৰু বিত্তীয় কেন্দ্ৰ।

5 / 5