Gold Price: আজি দেশত কিমান হৈছে সোণৰ মূল্য? জানক গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপৰ গহণা
Gold Rate Today: সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পাছতো ভাৰতীয়সকলে সোণত বিনিয়োগ বৃদ্ধি কৰি আছে। বিশ্বৰ বজাৰৰ উত্থন-পতন আৰু আমেৰিকান ডলাৰৰ শক্তিৰ দ্বাৰা ভাৰতত সোণৰ মূল্য প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। জানো আহক আজি গুৱাহাটীত কিমান মূল্য বিক্ৰী হৈছে সোণ-ৰূপ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5