শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: বৃদ্ধি পালে সোণৰ মূল্য! জানক আপোনাৰ চহৰত কিমান সোণ-ৰূপৰ মূল্য

Gold rate today: ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা আৰু দুৰ্বল ডলাৰৰ বাবে ১৫ জুনত পুনৰবাৰ সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পালে। জানো আহক আজি গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য...

barasha-misra
Barasha Misra | Published: 15 Jun 2025 12:51 PM
ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে পুনৰবাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ উন্মেষ ঘটিছে। ইয়াৰ বাবেই বিনিয়োগকাৰীসকলে পুনৰবাৰ সোণ-ৰূপৰ দৰে বিকল্পৰ দিশে ধাৱমান হৈছে।

1 / 5
এই উত্তেজনাৰ লগতে আমেৰিকান ডলাৰৰ দুৰ্বলতা, অৰ্থনৈতিক দুৰ্বল সংকেত আৰু ফেডাৰেল ৰিজাৰ্ভে হাৰ কৰ্তনৰ আশাইও সোণৰ মূল্য বৃদ্ধি কৰিছে।

2 / 5
আজি পুৱা ৭:৪০ বজাত MCX ত সোণৰ হাৰ প্ৰতি ১০ গ্ৰামত ১,০০,৩১৪ টকা আৰু প্ৰতি কেজিত ৰূপৰ হাৰ ১,০৬,৪৭৪ টকা। একে সময়তে ইণ্ডিয়ান বুলিয়ন এছ’চিয়েশ্যন (আই বি এ)ৰ তথ্য অনুসৰি ২৪ কেৰেটৰ সোণৰ মূল্য ১,০০,৪৭০ টকা প্ৰতি ১০ গ্ৰাম আৰু ২২ কেৰেটৰ প্ৰতি ১০ গ্ৰামত ৯২,০৯৮ টকা। ৰূপৰ হাৰ প্ৰতি কেজিত ১,০৬,৯২০ টকা বুলি জানিব পৰা গৈছে।

3 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৬৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৩২০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৬২৬ টকা। শনিবাৰৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৬৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৩২০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৬২৬ টকাআছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,১০,০০০ টকা।

5 / 5